নৰসিংহ পাতৰ উপকাৰীতা – Curry Leaves in Assamese

নৰসিংহ পাতৰ উপকাৰীতা

নৰসিংহ পাতৰ উপকাৰীতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰীয়া | Benefits, Uses and Side Effects of Curry Leaves আমাৰ পাকঘৰত বহুতো মছলা আছে যিবোৰক খাদ্যৰ সোৱাদ বঢ়োৱাৰ লগতে বহুতো গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত এটা হ’ল নৰসিংহ পাত (Curry …

Read more

গেষ্ট্ৰিটাইচ বেমাৰ বিৰুদ্ধে ৯টা প্ৰভাৱশালী উপায় | Gastritis & Treatment

গেষ্ট্ৰিটাইচ বেমাৰ

গেষ্ট্ৰিটাইচ বেমাৰ, বিৱৰণ, কাৰণ, ধৰণ, জটিলতা সমূহ, চিকিৎসা, ঘৰুৱা প্ৰতিকাৰ আৰু সঘনাই সোধা প্ৰশ্নবোৰৰ উত্তৰ/FAQ | Gastritis and its Treatment গেষ্ট্ৰিটাইচ কি? | What is Gastritis? সচৰাচে দেখা দিয়া শাৰীৰিক সমস্যাৰ ভিতৰত আছে – গেষ্ট্ৰিটাইচ (Gastritis)। পাকস্থলীৰ সৈতে জড়িত ই …

Read more

গাখীৰ খালে শৰীৰত কি প্ৰভাৱ পৰে? | Effects of Milk in Human Body

গাখীৰ Milk

গাখীৰ (Milk) সেৱনৰ লাভালাভ, গাখীৰৰ প্ৰকাৰ, পুষ্টি উপাদান, শৰীৰত হোৱা প্ৰভাৱ, সেৱন কৰিবলগীয়া সথিক পৰিমাণ, সাৱধানতা, সাম্ভাৱ্য পাৰ্শ্বক্ৰিয়া, গৌণ সামগ্ৰী আৰু FAQ | Benefits of Drinking Milk পৰিচয় | Introduction গাখীৰ (Milk)- এক শ্বেত পনীয়া, শৰীৰৰ পক্ষে অতিকৈয়ে উপকাৰী দ্ৰৱ্য। …

Read more

অশ্বগন্ধা উপকাৰিতা – Amazing Medicinal Plant Ashwagandha

অশ্বগন্ধা উপকাৰিতা

অশ্বগন্ধা (Ashwagandha) হৈছে অন্যতম গুৰুত্বপূর্ণ আয়ুর্বেদ ভেষজ (Ayurvedic herb)। অথর্ববেদ অনুসাৰে, হাজাৰ হাজাৰ বছৰ ধৰি অশ্বগন্ধাৰ উপস্থিতি আৰু ব্যৱহাৰ লক্ষ্য কৰিব পৰা যায়। ভাৰতীয় চিকিৎসা শাস্ত্রৰ ইতিহাসত এটি ‘‘অত্যন্ত বিস্ময়কৰ ভেষজ’’ বা Adaptogen (মানসিক চাপ মুক্তি ) বুলি আখ্যা দিয়া …

Read more

ড্ৰেগন ফলৰ উপকাৰিতা: ১২+ ঔষধী ব্যৱহাৰ | Dragon Fruit Benefits

ড্ৰেগন ফলৰ উপকাৰিতা

ড্ৰেগন ফলৰ উপকাৰিতা, উদ্ভিদ বিৱৰণ, ভিন্ন নাম, পুষ্টিগত মূল্য, ঔষধৰূপী ব্যৱহাৰ, সাম্ভাব্য পাৰ্শ্বক্ৰিয়া বা অপকাৰিতা আৰু FAQ | Health Benefits of Dragon fruit ড্ৰেগন ফল কি? | What is Dragon Fruit? ড্ৰেগন ফল হৈছে এবিধ পুষ্টিকৰ ৰসাল ফল যি বহুতো …

Read more

ক’লা হালধিৰ ১০টা ঔষধীয় লাভালাভ | Black Turmeric Benefits

কʼলা হালধিৰ লাভালাভ

ক’লা হালধিৰ স্বাস্থ্যজনিত লাভালাভ, ঔষধি গুণ, উদ্ভিদ বিৱৰণ, বেমাৰত ব্যৱহাৰ, সাম্ভাৱ্য পাৰ্শ্বক্ৰিয়া বা অপকাৰিতা আৰু সঘনাই সোধা প্ৰশ্নৰ উত্তৰ | Health Benefits of Black Turmeric কʼলা হালধি কি? | What is Black Turmeric? বহু শতাব্দী ধৰি ভাৰতীয়সকলে পৰম্পৰাগত ঔষধি পদ্ধতিত …

Read more

২০ লঙৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and Uses

লঙৰ উপকাৰিতা আৰু ব্যৱহাৰ

লঙৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits and Uses of Clove পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে ভৰপূৰ। পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতে প্ৰতিষ্ঠিত। এনে এবিধ ঔষধি …

Read more

তিচি বীজৰ উপকাৰিতা: ঔষধি মূল্য | Flax seed Health Benefits

তিচি বীজৰ উপকাৰিতা

তিচি বীজৰ  স্বাস্থ্যজনিত উপকাৰিতা, উদ্ভিদ বিৱৰণ, পুষ্টিৰ মূল্য, ঔষধি গুণ, লাভকাৰী ব্যৱহাৰ, সাম্ভাৱ্য পাৰ্শ্বক্ৰিয়া বা অপকাৰিতা আৰু FAQ | Health Benefits of Flax seeds তিচি বীজ কি? | What is Flax seed? তিচি বীজ (Flax Seed) হৈছে তিচি উদ্ভিদৰ ফুলৰ  …

Read more

কোষ্ঠকাঠিন্যৰ সমস্যা: প্ৰতিকাৰ ১০ টা উপায় | Constipation

কোষ্ঠকাঠিন্য

কোষ্ঠকাঠিন্যৰ সমস্যা, বিৱৰণ, কাৰণ, ধৰণ, লক্ষণ, ঔষধ, ঘৰুৱা উপায়, চিকিৎসা, সাম্ভাৱ্য জটিলতা আৰু সঘনাই সোধা প্ৰশ্নৰ উত্তৰ | Constipation Problem and Treatment কোষ্ঠকাঠিন্য কি? | What is Constipation? কোষ্ঠকাঠিন্য হৈছে এনে এক স্থিতি য’ত আপোনাৰ সপ্তাহত তিনিবাৰতকৈ কম অন্ত্ৰৰ চলাচল …

Read more

মধুমেহৰ সৈতে জীৱন যাপনৰ সহজ তথা প্ৰভাৱশালী উপায় | Diabetes

মধুমেহৰ জীৱন

মধুমেহৰ সৈতে জীৱন প্ৰণালী, ৰোগৰ কাৰণ, ধৰণ, লক্ষণ, শৰীৰত হোৱা প্ৰভাৱ, সাৱধানতা, জীৱন শৈলী, প্ৰতিকাৰৰ উপায় আৰু সঘনাই সোধা প্ৰশ্নবোৰ | Life style with Diabetes মধুমেহ কি? | What is Diabetes? মধুমেহ বা সৰ্বপৰিচিত ভাষাত কʼলে ডায়েবিটিচ (Diabetes) – হৈছে …

Read more