স্বাস্থ্যৰ বাবে বাঁহ গাজৰ উপকাৰিতা | Benefits of Bamboo shoot
বাঁহ গাজৰ উপকাৰিতা, ব্যৱহাৰ আৰু অপকাৰিতা | Benefits, Uses and Side Effects of Bamboo shoot পৰিদৰ্শন অসমীয়া খাদ্যভাসৰ এক উল্লেখনীয় থলুৱা খাদ্য হ’ল বাঁহ গাজ (Bamboo shoot)। বাঁহগাজৰ সোৱাদ সুকীয়া। গৰমকালত কঁঠাল গুটিৰ সৈতে বাঁহ গাজৰ খাৰে খাদ্যত আমেজ কঢ়িয়াই …