২০+ নাহৰৰ উপকাৰিতা আৰু ব্যৱহাৰ – Benefits of Nagkesar
নাহৰৰ উপকাৰিতা , ঔষধিয় গুণাগুণ আৰু ব্যৱহাৰ – Benefits and uses of Nagkesar/Ceylon Ironwood চমু পৰিচয় অতীজৰে পৰা বিভিন্ন ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত ভিন্ন ধৰণৰ ঔষধি উদ্ভিদ পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে। এই ঔষধি গুণেৰে সমৃদ্ধ উদ্ভিদ সমূহ আয়ুৰ্বেদিক চিকিৎসাতো বিশেষভাৱে ব্যৱহাৰ …