বৰমানকচু (Giant Taro) – ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

বৰমানকচু (Giant Taro) ঔষধি গুণাগুণ আৰু ইয়াৰ ব্যৱহাৰ

বৰমানকচু (Giant Taro) এবিধ বৰ্ষজীৱি, গুল্ম, ডাঙৰ জাতৰ কচু। ই প্ৰায় ৬-৭ ফুট ওখ হয়। ইয়াৰ ঠাৰি ৩ ফুট দীঘল আৰু সেউজীয়া। পাত ডাঙৰ আৰু মধ্যসিৰাৰ পৰা পাৰ্শ্বীয় সিৰা ওলায়। ইয়াৰ আলু আৰু পাত দুয়োবিধ মানুহে খায়। কচুশাক প্ৰত্যেক অসমীয়া …

Read more