বিভিন্ন ৰোগত বেচনৰ উপকাৰিতা
বেচনৰ স্বাস্থ্যজনিত উপকাৰিতা, পুষ্টি উপাদান, বিভিন্ন ৰোগত ব্যৱহাৰ, পাৰ্শ্বক্ৰিয়া/অপকাৰিতা, সাৱধানতা আৰু সঘনাই সোধা প্ৰশ্ন | Health Benefits of Gram flour পৰিচয় | Introduction আঁহ আৰু পুষ্টিৰে সমৃদ্ধ, বেচান (Gram flour) হৈছ শুকান বুট মাহৰ গুৰি। এইটো প্ৰায় সকলো ভাৰতীয় পৰিয়ালতে …